শুভ সংবাদ
ইয়াৰ দ্বাৰাই সমূহ খেলুৱৈ সকলক জনোৱা যায় যে, ১৫ আগষ্ট উপলক্ষ্যে অহা ২২-০৮-২০২১ ইং তাৰিখ ৰবিবাৰ দিনা হেলছা ইউথ এচোছিয়েশ্বন ও হেলছাজ্ঞানজ্যোতি ক্লাৱৰ সহযোগত এদিনীয়া ভলীবল খেলৰ আয়োজন কৰা হৈছে।
গাতিকে,
উক্ত খেলত সকলো খেলুৱৈ তথা ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।
খেলৰ স্থানঃ ৫৭৮ নং হেলছিয়া প্রাথমিক বিদ্যালয় প্রাঙ্গণ।
ভর্তি মাচুলঃ ২০১ টকা।
প্ৰথম পুৰস্কাৰঃ ৭ কেজি মুর্গী।
দ্বিতীয় পুৰস্কাৰঃ ৫ কেজি মুর্গী।
নিয়মাৱলীঃ
১. প্ৰতিটো দলেই বল অনাটো বাধ্যামূলক।
২. খেল চলি থকা অৱস্থাত খেলুৱৈ আঘাতপ্রাপ্ত হলে কমিটি দায়ী নহয়।
৩. এখন দলৰ খেলুৱৈ আন এখন দলত খেলিব নোৱাৰিব।
৪. স্থানীয় খেলুৱৈহে খেলত অংশ গ্ৰহণ কৰিব পাৰিব।
সভাপতি
আব্দুৰ ৰহমাল
সম্পাদক
হাবিজুৰ ৰহমাল
আয়োজক কমিটি।
যোগাযোগঃ **********4969, 7002421501,
7002897417, 7002110227
বিঃদ্ৰঃ কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত।